WATCH: বিহাৰৰ বলুকা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল 'ৰাফেল' বিমানে

By

Published : Jul 31, 2020, 5:31 PM IST

thumbnail

বিহাৰৰ প্ৰখ্যাত বলুকা শিল্পী শৰন অশোক কুমাৰে সৰায়ু নদীৰ কাষত 'ৰাফেল' বলুকা ভাস্কৰ্য প্ৰস্তুত কৰি উলিয়ালে ৷ ভাস্কৰ্যৰ ওপৰত কুমাৰে 'দেশ কা চৌকিদাৰ...100 কদম আগে' বুলি খোদিত কৰে ৷ শিল্পীগৰাকীয়ে কয় যে, ৰাফেল যুদ্ধ বিমানে ভাৰতীয় বায়ুসেনাৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিব ৷ এই ভিডিঅ'টোৱে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.