Union Minister Kiren Rijiju at picnic: বনভোজত অসমীয়া গীতৰ তালে তালে কঁকাল ঘূৰালে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে

By

Published : Jan 4, 2022, 7:29 PM IST

thumbnail

দীপেন বৰুৱাৰ গীতৰ তালে তালে বনভোজ থলীত নৃত্য কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju dances to old Assamese tunes)৷ এইখনি গাঁও বুকুৰ আপোন শীৰ্ষক গীতটো বনভোজ থলীত উপভোগ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ অৰুণাচলৰ এটি মনোমোহা স্থানত চুবুৰীয়াৰ সৈতে বনভোজ খাই স্ফূৰ্তি কৰিলে মন্ত্ৰী ৰিজিজুৱে ৷ তাতেই অসমীয়া গীতৰ লহৰত নৃত্য কৰা দেখা গ’ল মন্ত্ৰীগৰাকীক (Kiren Rijiju enjoyes Assamese song) ৷ নিজৰ ফেচবুক পেজত এই ভিডিঅ’ শ্বেয়াৰ কৰি অসমীয়াতে গীতৰ শিৰোনাম লিখিলে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.