যোগেন্দ্ৰ যাদৱৰে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...

By

Published : Jul 24, 2021, 6:49 PM IST

thumbnail

স্বৰাজ ইণ্ডিয়া ৰাজনৈতিক দলৰ প্ৰতিষ্ঠাপক তথা জন কিষাণ আন্দোলনৰ দ্বাৰা সংযুক্ত কিষাণ মৰ্চাৰে জড়িত হৈ পৰা যোগেন্দ্ৰ যাদৱে ইটিভি ভাৰতৰ দিল্লী ডেস্কৰ ষ্টেট হেড বিশাল সূৰ্যাকান্তৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত দাবী কৰিছে যে চৰকাৰে কৃষকসকলৰ দাবী মানি ল’লেহে কৃষক আন্দোলনৰ অন্ত পৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.