Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 4, 2020, 8:28 PM IST

thumbnail

4 অক্টোবৰলৈকে সমগ্ৰ বিশ্বত প্ৰায় 35,135,522 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰৰ 1,037,977 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ কোভিড 19 ত আক্ৰান্ত দেশসমূহৰ শীৰ্ষস্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই অৱস্থান কৰাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত 7,600,846 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণাত ৷ তদুপৰি মৃত্য ঘটিছে 214,277 গৰাকীৰ ৷ সম্প্ৰতি ভাৰতত 6,549,373 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে 1,01,812 গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.