Volleyball competition in Tinsukia: তিনিচুকীয়াত ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

By

Published : Dec 20, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

২৩ আৰু ২৪ ডিচেম্বৰত কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব ৰমাকান্ত শইকীয়া সোঁৱৰণী প্ৰথম বাৰ্ষিক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা(Invitational volleyball competition to be held in Tinsukia) । সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলণ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে ভলীবল প্ৰতিয়োগিতাখনি(Invitational volleyball competition in Tinsukia) । প্ৰতিযোগিতাখনি সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে । আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাখনিৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলযোগে সদৰি কৰিলে উদ্য়োক্তাসকলে(Press Conference on volleyball competition) ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.