Tenga pani Picnic Place: কঠীয়াতলীৰ টেঙাপানী বনভোজস্থলীত ভিৰ বনভোজকাৰী দলৰ

By

Published : Jan 1, 2023, 2:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দেওবাৰ (New Year Celebration at Tenga Pani)। ৰাজ্য চৰকাৰে জাৰি কৰা 17 টা SOP মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীৰ সমান্তৰালকৈ নগাঁৱৰ কঠীয়াতলীৰ টেঙাপানী বনভোজস্থলীতো ভিৰ কৰিছে বনভোজকাৰী দলে । মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ টেঙাপানীত প্ৰত্যেক বছৰৰ দৰে এইবাৰো অসমৰ ভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে সকলো লগে ভাগে এসাঁজ খায় (Tengapani Picnic Place Assam) ৷ আনহাতে চৰকাৰে বনভোজ সন্দৰ্ভত দিয়া SOP ক আদৰণি জনালে বনভোজকাৰী দলসমূহে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.