MLA Pransanta Phukan: কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ 31 চনলৈ ৰ'ব লাগিব !

By

Published : Nov 2, 2022, 1:03 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

১ নৱেম্বৰৰ পৰা প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীক সমালোচনা বিধায়ক প্ৰশান্ত ফুকনৰ ৷ বিধায়কগৰাকীয়ে (MLA Pransanta Phukan) কয়, "কংগ্ৰেছে এইবোৰ কৰি চেলুটেপ লগাবলৈ চেষ্টা কৰিছে । চিচা এবাৰ ভগাৰ পাছত যিমান চেলুটেপ মাৰিলেও ঠিক নহয় । কংগ্ৰেছৰ অৱস্থা তেনেকুৱাই হৈছে । এতিয়া মানুহৰ মন উথলি আছে বিজেপিৰ প্ৰতি, কাৰণ বিজেপিয়ে ভাল কাম কৰি আছে । কংগ্ৰেছৰ এতিয়া প্ৰায়শ্চিত্ত হোৱাৰ সময়, চৰকাৰ গঠন কৰিবলৈ 31 চনলৈ ৰ'ব লাগিব" ৷ টিংখাঙত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(DAC election 2022) প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ এইদৰে মন্তব্য কৰাৰ লগতে এফাকি বিহু নামো জুৰিলে বিধায়কগৰাকীয়ে (Prananta Phukan Bihu song)।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.