মঙলদৈত নৱমী উপলক্ষে কুমাৰী পূজা

By

Published : Oct 4, 2022, 2:54 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহানৱমী (Mahanavami 2022)। ভক্তি ৰসৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো পূজা মণ্ডপ, মন্দিৰ, দেৱালয় আদি । নৱমীত মঙলদৈ টেঙাবাৰী সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হৈছে কুমাৰী পূজা (Kumari Puja at Mangaldoi)। ৯গৰাকী কুমাৰীক সম্পূৰ্ণ অধ্যাত্মিকতাৰে পূজা অৰ্চনা কৰা হয় । কুমাৰী পূজাৰ বাবে কমিটিৰ সকলো বিষয়ববীয়াৰ লগতে যথেষ্ঠ সংখ্যক ভক্তৰ উপস্থিতি দেখা গ'ল পূজা মণ্ডপত । উল্লেখ্য যে দুৰ্গা পূজাৰ নৱমীৰ দিনটোত অসমৰ কোনো কোনো স্থানত বলি বিধান প্ৰক্ৰিয়া (Animal sacrifices in Assam during Durga Puja) অনুষ্ঠিত হয় আৰু কোনো কোনো স্থানত আকৌ কুমাৰী পূজাৰো আয়োজন কৰা হয় । মুঠতে সকলোতে চলিছে দেৱী দুৰ্গাৰ পূজা অৰ্চনা ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.