কাৰ্বি আংলঙত 30 সংখ্যক কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱ

By

Published : Oct 5, 2022, 1:11 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নৱ-প্ৰজন্মক কাৰ্বি সমাজৰ সামাজিক-সাংস্কৃতিক পৰম্পৰাৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে কাৰ্বি-আংলং জিলাৰ ৰঙাগড়াত অনুষ্ঠিত হৈছে 30 সংখ্যক কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱ (Zonal Karbi yoth festival)। ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত ৰংমংৱে মণ্ডলৰ ১২ টা গোটে অংশ লৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে । পৰম্পৰাগত লোকাচাৰ জীয়াই ৰখাৰ বাবে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কেইবা হাজাৰোধিক প্ৰতিনিধিয়ে ৷ ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱৰ ভিন্নৰঙী অনুষ্ঠানত দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে(Karbi Youth Festival at Rangagara) । 2 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰিব 5 অক্টোবৰত ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.