যোৰহাটৰ ভোগদৈ পূজা ডুবি ঘাটত দুৰ্গা প্ৰতিমা বিসৰ্জন আৰম্ভ

By

Published : Oct 5, 2022, 6:54 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

বিজয়া দশমীৰ আবেলিৰ পৰাই যোৰহাটৰ ভোগদৈ পূজা ডুবি ঘাটত প্ৰতিমা বিসৰ্জন দি থকা হৈছে (Immersion of Duga idols in Jorhat)। যোৰহাট নগৰ আৰু ইয়াৰ আশে-পাশে অনুষ্ঠিত পূজা সমিতিসমূহে শোভাযাত্ৰাৰে দুৰ্গাৰ প্ৰতিমা বিৰ্সজন দিবলৈ যোৰহাট ভোগদৈ পূজা ডুবি ঘাটলৈ(Bhogdoi Puja dubi ghat) লৈ অনা হৈছে । প্ৰশাসনৰ সহযোগত পূজা সমিতিসমূহে প্ৰতিমা বিসৰ্জন দি থকা পৰিলক্ষিত হৈছে । আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে যাতে বিৰ্সজনস্থলীত কোনোধৰণৰ অপ্ৰতীকিৰ পৰিস্থিতিৰ সৃষ্টি নহয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.