বানৰ বিভীষিকাৰ মাজতে স্বাস্থ্য কৰ্মীৰ হৰ-ঘৰ-দস্তক অভিযান

By

Published : Jun 18, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

ৰাজ্যত বানৰ সংহাৰ (Assam flood) ৷ বান বিভীষিকাৰ মাজতে মাজুলীত একাংশ স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে চলাইছে 'হৰ-ঘৰ-দস্তক' অভিযান (Har ghar dastak campaign in Majuli) ৷ অতি বিপদসংকুল পৰিস্থিতিৰ মাজতো স্বাস্থ্য কৰ্মীয়ে পালন কৰিছে নিজৰ কৰ্তব্য ৷ একাঠু পানীত নামি নাৰ্চ, আশা কৰ্মীসহ এটা স্বাস্থ্য কৰ্মীৰ দলে শালমৰাত ঘৰে ঘৰে গৈ ৬০ ৰ উৰ্দ্ধৰ ব্যক্তিসকলক বুষ্টাৰ ড'জ প্ৰদান কৰে (Booster dose to old people) ৷ বানপানীৰ বাবে যাতে কোনো বয়োজেষ্ঠ লোকে ক'ভিড প্ৰতিষেধক ল'বলৈ যাতে বাদ পৰি নাযায় তাৰ বাবে এই অভিযান চলাইছে স্বাস্থ্যৰ কৰ্মীৰ দলটোৱে ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.