গোলাঘাটত যুৱকৰ গালত পৰিল মহিলাৰ কাণতলীয়া চৰ

By

Published : Oct 4, 2022, 7:37 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গোলাঘাটত পূজাৰ(Durga puja in Golaghat) মাজতে উদণ্ড যুৱকৰ গালত পৰিল মহিলাৰ প্ৰচণ্ড কাণতলীয়া চৰ । গোলাঘাট নগৰৰ মাজমজিয়াৰ দুৰ্গাপূজাৰ ভিৰ মাজতে এজন উদণ্ড যুৱকক কাণতলীয়া চৰ সোধালে এগৰাকী মহিলাই(Girl slaps boy on Durga puja in Golaghat)। মেলাৰ মাজত এগৰাকী যুৱতীক অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ তোলে মহিলাগৰাকীয়ে। প্ৰথম অৱস্থাত মহিলা আৰু দুই তিনিজনীয়া যুৱকৰ দলটোৰ মাজত সৃষ্টি হয় হতাহতি । পৰিস্থিতি বিষম হোৱা দেখি অন্য কেইজনে পলায়ন কৰে যদিও এজন যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰে মহিলাগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.