Suicide attempt viral video : দিল্লীত মেট্ৰ' ষ্টেচনৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা যুৱতীৰ

By

Published : Apr 14, 2022, 8:13 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

ৰাজধানী দিল্লীৰ অক্ষৰধাম মেট্ৰ' ষ্টেচনত সৃষ্টি হ’ল অথন্তৰ ৷ মেট্ৰ' ষ্টেচনৰ পৰাই জঁপিয়াই আত্মহত্যা কৰাৰ চেষ্টা এগাৰকী যুৱতীৰ (Girl jumped from akshardham metro station ) ৷ অৱশ্যে, যুৱতী গৰাকীৰ এই চেষ্টা ব্যৰ্থ কৰি তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল উপস্থিত একাংশ লোক ৷ চাওঁ আহক এই ঘটনাৰ শিহৰণকাৰী ভিডিঅ’ (viral video of suicide attempt) ৷

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.