Fire breakout in Lahorijan: লাহৰিজানত ছাই হ'ল দুই শতাধিক ঘৰ

By

Published : Nov 23, 2022, 3:33 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire breakout in Lahorijaan) ৷ অগ্নিকাণ্ডৰ ফলত জাহ হৈছে দুশৰো অধিক বাসগৃহ(Fire breakout in Assam Nagaland border) । ডিমাপুৰ আৰু বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ বৰ্তমানেও চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডত কেইবাটাও ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে এখন বাহন জুইত জাহ যায় বুলি জানিবলৈ পৰা গৈছে । অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা কেনেদৰে ঘটিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.