Elephant Dead at Goalpara : বিষাক্ত খাদ্য ভক্ষণৰ ফলত গোৱালপাৰাত বনৰীয়া হাতীৰ মৃত্যু

By

Published : Oct 17, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Elephant died in goalpara)। শোলমাৰীৰ গেন্দ্ৰা খেতিপথাৰত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহটো । খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি সন্দেহ বন বিভাগ আৰু স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজৰ ভাষ্যমতে ধানখেতিত পোক মাৰিবলৈ ব্যৱহাৰ কৰিছিল বিষ । বিষক্ৰিয়া খাদ্যৰ ভক্ষণৰ ফলতে মৃত্যু বনৰীয়া হাতীটোৰ(elephant died after eating poisonous food) । ঘটনাস্থলীত উপস্থিত বনবিভাগৰ লোক আৰু পশু চিকিৎসকৰ দল । উল্লেখ্য যে চলিত মাহতে এই পৰ্যন্ত তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে গোৱালপাৰাত ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.