Draft Voter List released: প্ৰকাশ পালে জোনাই বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা

By

Published : Nov 9, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ(Draft voter list released in Jonai) । ১১৪ নং জোনাই বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১৬,৫৩৭ গৰাকী ভিতৰত পুৰুষ ভোটাৰ ১,৬০,৪২৯ আৰু মহিলা ১,৫৬,১০৮ গৰাকী ভোটাৰৰ নাম এইখন খচৰাত অন্তৰ্ভুক্ত কৰা হয় । তালিকা প্ৰকাশ কৰাৰ পাছতেই জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, সাংবাদিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ সৈতে এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে । মহকুমাধিপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে ৯ নৱেম্বৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত ভোটৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ সুযোগ গ্ৰহণ কৰিব পাৰিব সাধাৰণ জনতাই ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.