Robbery in Lakhimpur : বঙালমৰাত পিষ্টল দেখুৱাই ডকাইতে লুটিলে ৫ লক্ষাধিক টকা

By

Published : Nov 21, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

লখিমপুৰৰ বঙালমৰাত সোমবাৰে দিন দুপৰতে সংঘটিত হ’ল ডকাইতি কাণ্ড (Robbery at Bangalmara Lakhimpur)। SBIৰ বঙালমৰা শাখাৰ(Bangalmara SBI) সন্মুখত সংঘটিত হয় এই ডকাইতিৰ ঘটনা । বঙালমৰা আৰক্ষী চকীৰ(Bangalmara police out post) পৰা মাত্ৰ ১০০ মিটাৰ নিলগতে উক্ত ডকাইতিৰ ঘটনা সংঘটিত হয় । পিষ্টল দেখুৱাই কাঢ়ি নিয়ে ৫ লাখ ৫০ হাজাৰ টকা । বঙালমৰাস্থিত ইণ্ডিয়ান অইলৰ ডিপোৰ মেনেজাৰ কমল সিঙে বেংকত টকা জমা দিবলৈ যোৱা অৱস্থাত হেলমেট পৰিধান কৰা দুজনকৈ অচিনাক্ত বাইক আৰোহীয়ে পিষ্টল দেখুৱাই লুটি নিয়ে টকাখিনি ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.