CM Himanta Biswa Sarma : কামাখ্যা মন্দিৰলৈ নতুন পথৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : Dec 2, 2022, 9:45 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শুকুৰবাৰে কামাখ্যাৰ নৱনিৰ্মিত পথ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma visji new Kamakhya road)। কামখ্যা-পাণ্ডু সংযোগী নতুন পথচোৱা যোৱা চাৰিবছৰৰ পৰা নিৰ্মাণ কৰি থকা হৈছে । মাজতে নিৰ্মীয়মান পথটোত পাহাৰৰ মাটি খহি পৰে । ইয়াকে লৈ ৰাস্তাটোৰ বাবে নতুনকৈ IIT গুৱাহাটীয়ে এটা প্লেন দিছে ৰাজ্য চৰকাৰক । এই পথটোৰ নতুন কাম পৰিদৰ্শন কৰাৰ বাবে মুখ্যমন্ত্ৰী আজি পথটোৰ নিৰ্মাণস্থলীত উপস্থিত হয় । মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও (Minister Jayanta Malla Baruah)৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.