কৃত্ৰিম বানত বুৰিল জোনাইৰ কেবাটাও অঞ্চল

By

Published : Sep 4, 2022, 10:47 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ধেমাজি জিলাৰ জোনাইৰ শিৱগুৰি অঞ্চলত চিয়াং নদীৰ বানসংহাৰ (Artificial flood in Assam)৷ কৃত্ৰিম বানত বুৰিছে সমগ্ৰ অঞ্চলটো (Artificial floods at Jonai) ৷ বিগত দুদিনৰ পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত চিয়াং নদী ওফন্দি পৰে ৷ চিয়াং নদী আৰু বৰষুণৰ বাঢ়নি পানীয়ে শিৱগুৰিৰ সকলো লোকৰে ঘৰ-বাৰীকে ধৰি খেতি পথাৰ বুৰাই পেলায় ৷ এই কৃত্ৰিম বানৰ ফলত বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে শিৱগুৰিৰ বাসিন্দাসকল ৷ বানৰ ফলত গৃহহাৰা হৈছে অঞ্চলটোৰ একাংশ লোক ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.