Junmioni Rabha Bail: জামিন লাভৰ পাচতে আদালতক ধন্যবাদ জনালে জোনমণি ৰাভাই

By

Published : Jul 8, 2022, 6:17 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

‘‘ৰাণা প’গাগক বিশ্বাস কৰাটো মোৰ ভুল হ’ল ৷ তাৰেই বলি হ’লো মই ৷ হাজাৰবাৰ ক’ম, মই নিৰ্দোষী ৷’’ কাৰাগাৰৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰে জোনমণি ৰাভাই (Junmoni Rabha comments after bail)। উল্লেখ্য যে, যোৱা ৪ জুনত প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নিলম্বিত SI জোনমণি ৰ‍াভা । মাজুলীৰ তিনি ব্যৱসায়ীৰ তিনিটা গোচৰৰ ভিত্তিত মাজুলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত জে’ললৈ গমন কৰিছিল । ১ মাহ ৪ দিন মাজুলী জিলা কাৰাগত কটোৱাৰ পিছত শুকুৰবাৰে জামিন লাভ কৰে জোনমণিয়ে (SI Junmoni Rabha) ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.