Eviction at Nagaon: নগাঁৱৰ মৰিকলঙত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান

By

Published : Nov 10, 2022, 12:50 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

নগাঁও জিলাৰ মৰিকলঙত বৃহস্পতিবাৰে ৰে'ল বিভাগে উচ্ছেদ অভিযান চলায় (Railway eviction at Nagaon)। নগাঁও জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ চলালে ৰে'ল বিভাগে । উল্লেখ্য় যে ৰে'ল ষ্টেচনৰ কাষত এই লোকসকলে দীৰ্ঘদিন ধৰি বেদখল কৰি আছিল (Encroachment near Nagaon railway station) । ৰে'ল বিভাগে এই লোকসকলক অন্য় ঠাইলৈ যাবলৈ কেইবাবাৰো সঁকীয়নি দিছিল যদিও লোকসকলে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল । আজিৰ এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে কৰা বুলি প্ৰশাসনে সদৰী কৰিছে (Railway eviction at Marikalang in Nagaon)।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.