PDS Rice Destroyed at Manikpur: খাদ্য সুৰক্ষাৰ ৩৪৪১ কিলোগ্ৰাম চাউল পুতিলে প্ৰশাসনে

By

Published : Dec 29, 2022, 3:52 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা (Manikpur Police Station) চৌহদত খাদ্য সুৰক্ষাৰ ৩,৪৪১ কিলোগ্ৰাম চাউল (PDS rice burried at Manikpur) পুতি থয় প্ৰশাসনে (Administration destroyed rice in Manikpur)। উল্লেখ্য যে যোৱা ২০২১ চনত খাদ্য সুৰক্ষাৰ চাউলখিনি চোৰাংকৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছিল । জব্দ কৰা চাউলখিনি মাণিকপুৰ আৰক্ষী থানাৰ গুদামত মজুত ৰখা হৈছিল । ইয়াৰ পিছতে চাউলখিলি খোৱাৰ বাবে অনুপযোগী হোৱা বাবে জিলা উপায়ুক্তৰ নিৰ্দেশ মতে মাণিকপুৰ চক্ৰ বিষয়া ৰীতিমনি দাস,খাদ্য সুৰক্ষা বিভাগৰ বিষয়া জয়ন্ত দাস, গুনজিৎ কলিতা আৰু মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ উপস্থিতিত পুতি থোৱা হয় (Administration destroyed rice in Bongaigaon)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.