পাছিঘাটত ভয়ংকৰ ভূমিস্খলন : মাটিত পোত গ’ল শতাধিক বাহন

By

Published : Jun 7, 2022, 10:30 AM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

ডিমা হাছাওক তচনচ কৰাৰ পিছতে এইবাৰ প্ৰকৃতিয়ে নিষ্ঠুৰ ৰূপ ল’লে অৰুণাচলৰ পাছিঘাটত ৷ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাছিঘাটত (Massive landslide in Pasighat) ৷ সোমবাৰে পাছিঘাট আৰু পংগিং সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈ শতাধিক বাহন পোত যায় ৷ ৰাজপথতেই যান-বাহন এৰি যেনেতেনে প্ৰাণ ৰক্ষা কৰে আৱদ্ধ যাত্ৰীসকলে । ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত যাতায়তত ব্যাঘাত জন্মিছে ৷ এই ঘটনাত এজন আহত হৈছে বুলি জানিব পৰা গৈছে (One person injured)৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.