Scam in Water supply Scheme: এটুপাল খোৱাপানীৰ বাবে চাপানলাবাসীৰ হাহাকাৰ

By

Published : Nov 26, 2022, 7:26 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানলাৰ ঘাঁচিবস্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰা পানী যোগান আঁচনিখন বৰ্তমান সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে (Scam in Water supply Scheme at Barhampur)। ফলত স্থানীয় ৰাইজে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে (Public demand for pure water)। কুঁৱা আৰু নাদৰ পানী সেৱন কৰি দিন কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে (Public Health Department at Chapanala Ghasibasti)। জানিব পৰা মতে, বিভাগীয় কৰ্তৃপক্ষই পানী যোগান আঁচনিখনৰ স্থানত উন্নত মানৰ পানী উত্তোলন কৰা মেচিন বহুৱাইছিল যদিও ৰাইজে বৰ্তমানলৈকে পাইপ লাইনৰ পৰা এটোপাল পানী পাবলৈ সক্ষম নহ'ল । উল্লেখ্য যে তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনতেই এই পানী যোগান আঁচনিখন স্থাপন কৰা হৈছিল (Former CM prafulla Kumar Mahanta) ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.