Wild Animals Roam Free: জনবসতিশূণ্য অঞ্চলত বৃদ্ধি বনৰীয়া জন্তুৰ মুক্ত বিচৰণ

By

Published : Aug 4, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া জন্তুৰ মুক্ত বিচৰণ (Wild animals roam free in Assam) ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে বন্য জন্তুৰ জাক ৷ শেহতীয়াকৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) আৰু ব্যাঘ্ৰ প্ৰকল্পৰ উচ্ছেদিত বান্দৰডুবি, দেওচুৰত বৃদ্ধি পাইছে বন্যপ্ৰাণীৰ বিচৰণ (Wild animals roam free in Nagaon) ৷ এই এলেকাত উচ্ছেদৰ পিছত জনবসতিশূণ্য হোৱাৰ বাবে বন্যপ্ৰাণীয়ে মুক্তভাৱে বিচৰণ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে বন্যপ্ৰাণীৰ বৰ্দ্ধিত বিচৰণত শংকিত দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণ ৷ কিয়নো দাঁতিকাষৰীয়া অঞ্চলটোত বৃদ্ধি পাইছে বন্যপ্ৰাণী-মানুহৰ সংঘাত ৷ আনহাতে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাত স্থানীয় যুৱক-যুৱতীক নিয়োজিত কৰাৰো দাবী জনায় দাঁতিকাষৰীয়া ৰাইজে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.