বাঁহত ওলমি বাদুলী ওলমা ছেও অনুশীলন অশীতিপৰ ওজা জয়ৰাম খঙীয়াৰ

By

Published : Apr 10, 2022, 7:08 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

বয়সৰ ওচৰত হাৰ নমনা এগৰাকী অশীতিপৰ ঢুলীয়া ওজা (Octogenarian folk artist in Lakhimpur)। শ শ যুৱক-যুৱতীক ঢোলৰ ওজা হিচাপে প্ৰশিক্ষণ দি আহিছে তেওঁ । নাম জয়ৰাম খঙীয়া । ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিত । ৭২ বছৰীয়া এই ঢুলীয়া ওজাগৰাকীয়ে জীৱনৰ ৬২ টা বছৰে ঢোল বাদনেৰে উজনি-নামনি অসম কঁপাবলৈ সক্ষম হৈছিল । বয়সৰ ওচৰত হাৰ নামানি আজিও ধুনীয়াকৈ বজাব পাৰে ঢোল (Bihu preparation in Assam) । দুডাল বাঁহৰ ওপৰত পৰিৱেশন কৰিব পাৰে বাদুলি ওলমা ছেও ৷ কিন্তু আৰ্থিক অনাটনত ভোগা জয়ৰাম ওজা আজিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা (Dhulia oja deprive of artist pension at Bihpuria) । আজিলৈকে নাপালে কোনো চৰকাৰী স্বীকৃতি ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.