ETV Bharat / state

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

author img

By

Published : Sep 28, 2020, 6:55 PM IST

Security forces recover huge cache of arms, ammunition in Udalguri district
ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ এছ এছ বিৰ 23 নং বেটেলিয়ানৰ অভিযানত উদ্ধাৰ হয় অস্ত্ৰ ভাণ্ডাৰ ৷

ওদালগুৰি, 28 ছেপ্তেম্বৰ : ওদালগুৰি জিলাৰ গৰৈমাৰী আৰু চপনগাঁৱৰ মাজৰ জংঘলত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লালপুলস্থিত এছ এছ বিৰ 23 নং বেটেলিয়ানৰ অভিযানত বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰখিনি উদ্ধাৰ কৰা হয় ৷

Security forces recover huge cache of arms, ammunition in Udalguri district
ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

উদ্ধাৰ হোৱা অস্ত্ৰৰ ভাণ্ডাৰৰ ভিতৰত আছে 7.63 এম এম পিষ্টল, 80 জাই সজীৱ গুলী, হেণ্ড গ্ৰেণেড দুটা , দুটা মেগজিন আৰু Ignitor Set এটা ৷

Security forces recover huge cache of arms, ammunition in Udalguri district
ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

উল্লেখ্য যে, সহঃকামাণ্ডেন্ট ৰবি সিঙৰ নেতৃত্বত দেওবাৰে নিশা 2 বজাত অভিযান চলাই অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.