ETV Bharat / state

ওদালগুৰিত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

author img

By

Published : Jan 24, 2020, 10:54 PM IST

সমাগত 71 সংখ্যক গণৰাজ্য দিৱসক ৷ ব্যাপক প্ৰস্তুতি ওদালগুৰি জিলা প্ৰশাসনৰ ।

Republic Day Celebration at Udalguri
Republic Day Celebration at Udalguri

ওদালগুৰি, 24 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ মাজত মাথো এটা দিন ৷ ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ বাবে ব্যাপক কাৰ্যসূচী ৷ গণৰাজ্য দিৱসৰ বাবে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুঠ 22 টাকৈ দলে।

গণৰাজ্য দিৱসৰ প্ৰস্তুতি ওদালগুৰিত

আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ বাবে অব্যাহত ৰাখিছে জোৰদাৰ অনুশীল ৷ ইপিনে দুষ্কৃতিকাৰীয়ে যাতে কোনো কূটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলিছে আৰক্ষীয়ে ৷

Intro:ওদালগুৰিত গণৰাজ্য দিৱসৰ প্ৰস্তুতি।

সমাগত ৭১ সংখ্যক গণৰাজ্য দিৱসক ব্যাপক প্ৰস্তুতি চলাইছে ওদালগুৰি জিলা প্ৰশাসনে। উপায়ুক্ত কাৰ্যালয়ত অনু্ষ্ঠিত হ'ব লগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ২২ টাকৈ দলে। আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পেৰেডৰ বাবে অনুশীলত অব্যাহত ৰাখিছে।

Byte - DSP- UdalguriBody:সমাগত ৭১ সংখ্যক গণৰাজ্য দিৱসক ব্যাপক প্ৰস্তুতি চলাইছে ওদালগুৰি জিলা প্ৰশাসনে। উপায়ুক্ত কাৰ্যালয়ত অনু্ষ্ঠিত হ'ব লগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ২২ টাকৈ দলে। আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পেৰেডৰ বাবে অনুশীলত অব্যাহত ৰাখিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.