ETV Bharat / state

ছাইবাৰ অপৰাধী চক্ৰৰ কৱলত এছ বি আইৰ গ্ৰাহক

author img

By

Published : May 8, 2019, 11:44 PM IST

ওদালগুৰিৰ ৰৌতাত দেবীমায়া দেৱী নামৰ মহিলা গৰাকীৰ ৭৩ হাজাৰ টকা হৰলুকী । ৰৌতা চাৰিআলিস্থিত এছবিআই বেংকৰ পৰা ধন উলিয়াবলৈ আহি হতাশ মহিলাগৰাকী ।

ৰৌতা চাৰিআলি শাখা

  • ওদালগুৰিৰ ৰৌতাত এছ বি আইৰ গ্ৰাহকৰ ধন হৰলুকি
  • এটিএম অবিহনে উলিয়াই নিলে মহিলাৰ সাঁচতীয়া ধন
  • জমা ধন উলিয়াবলৈ আহি হতাশ ৰৌতাৰ দেবীমায়া দেৱী
  • ৰৌতা চাৰিআলিস্থিত বেংকৰ পৰা ৭৩ হাজাৰ টকা লুট
  • ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ
  • কিছুদিন পূৰ্বে আন দুজন লোকৰ পৰাও ধন হৰলুকিৰ ঘটনা
    ছাইবাৰ অপৰাধী চক্ৰৰ কৱলত এছবিআই গ্ৰাহক

On Wed, 8 May 2019, 7:43 pm DHANDEEP BORA, <dhandeep.bora@etvbharat.com> wrote:
ওদালগুৰিৰ ৰৌতাত এছ বি আইৰ গ্ৰাহকৰ ধন হৰলুকী দুষ্ট চক্ৰৰ


 ওদালগুৰি জিলাৰ ৰৌতাত আজব ঘটনা । এ টি এম কাৰ্ড অবিহনে উলিয়াই নিলে এগৰাকী মহিলা সাচতীয়া জমা ধন। বুধবাৰে  ৰৌতাৰ দেবীমায়া দেবী  নামৰ মহিলাই নিজৰ জমা টকা উলিয়াবলৈ আহিছিল  ৰৌতা চাৰিআলিত থকা এছ বি আইৰ শাখাত। কিন্তু  নিজৰ জমা ধন উলিয়াবলৈ আহি হতাশ হৈ পৰিল এই গৰাকী মহিলা ।
কাৰণ  ৩ মেত  মহিলা গৰাকীৰ একাউন্টত জমা থকা ৭৩ হাজাৰকৈ টকা এ টি এম যোগে  উলিয়াই নিলে কোনো লোকে ।মহিলা গৰাকীৰ নিজৰ  হাতত  এ টি এম কাৰ্ডখন থকাৰ পাছতো কেনেদৰে উলিয়াই নিলে তেখেতৰ নামত থকা জমা ধন এতিয়া তাকলৈ সৃষ্টি হৈছে ৰহস্যৰ।  সমগ্ৰ ঘটনাটোৰ তদন্ত বিচাৰি ৰৌতা আৰক্ষী থানাত বুধবাৰে এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীয়ে ।  উল্লেখ যে কিছুদিন পূৰ্বে ৰৌতা চাৰিআলিত আন এজন যুৱকৰ আৰু মহিলাৰ পৰাও ৰৌতা শাখাৰ এছ বি আই বেংকৰ পৰা সাচতিয়া জমা ধন সৰকাই নিয়া অভিযোগ উত্থাপন হৈছিল।

Byte 1 ভুক্তভোগী মহিলা
Byte 2 আত্মীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.