ETV Bharat / state

"কা" বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰিত খিলঞ্জীয়াৰ ৰণ হুংকাৰ

author img

By

Published : Jan 24, 2020, 11:55 PM IST

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা,অসম মৰাণ সভাৰ উদ্যোগত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু তালাপ-কৰদৈগুৰিৰ বিভিন্ন যুৱক সংঘৰ লগতে স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত কেবাশতাধিক লোক উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা

ডুমডুমা, 24 জানুৱাৰীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত খিলঞ্জীয়াৰ ৰণ হুংকাৰ নামেৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'য় শুকুৰবাৰে। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা,অসম মৰাণ সভাৰ উদ্যোগত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু তালাপ-কৰদৈগুৰিৰ বিভিন্ন যুৱক সংঘৰ লগতে স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণ, ফিল'বাৰী দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ হৰকান্ত মহন্ত, শিল্পী ৰাজীৱ শদিয়া, দিগন্ত গোঁহাইৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণৰ লগতে বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে । হাজাৰ-হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ ৰণ হুংকাৰ কাৰ্যসূচীৰ পৰাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী তোলে উপস্থিত ৰাইজে ৷

"কা" বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰিত খিলঞ্জীয়াৰ ৰণ হুংকাৰ

লগতে চাওকঃ বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক ! 13 বছৰে বাস কৰিছে গছৰ ফেৰেঙনিত

Intro:Date: 24-01-2020

Slug: "কা" বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰিত খিলঞ্জীয়াৰ ৰণ হুংকাৰ ।

V/O: জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত খিলঞ্জীয়াৰ ৰণ হুংকাৰ নামেৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'য় । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, অসম মৰাণ সভাৰ উদ্যোগত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু তালাপ-কৰদৈগুৰিৰ বিভিন্ন যুৱক সংঘৰ লগতে স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণ, ফিল'বাৰী দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ হৰকান্ত মহন্ত, শিল্পী ৰাজীৱ শদিয়া, দিগন্ত গোঁহাইৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণৰ লগতে বহুকেইটা জাতিয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে । হাজাৰ-হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ ৰণ হুংকাৰ কাৰ্যসূচীৰ পৰাই জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবী তুলে ।

Byte: লুৰিন জ্যোতি গগৈ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 24-01-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.