ETV Bharat / state

আলফা স্বাধীনত পুনৰ খহনীয়া

author img

By

Published : Jul 19, 2019, 3:28 AM IST

Updated : Jul 19, 2019, 3:34 AM IST

আলফা স্বাধীনত পুনৰ খহনীয়া, আন এজন সদস্যৰ আত্মসমৰ্পণ

আলফা স্বাধীনত পুনৰ খহনীয়া

তিনিচুকীয়া, ১৯ জুলাইঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ভিতৰচ'ৰাত এতিয়াও অব্যাহত আছে খহনীয়া ।

বৃস্পতিবাৰে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসমে আত্মসমৰ্পণ কৰাৰ পিছতে পুনৰ বৃস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আন এগৰাকী আলফা সদস্যই ।

আত্মসমৰ্পণকাৰী সদস্য গৰাকী ইন্দ্ৰজিৎ গগৈ ওৰফে তেজ অসম । আত্মসমৰ্পণৰ সময়ত কেডাৰগৰাকীয়ে এটা ৯ এমএম পিষ্টলৰ সৈতে এটা মেগাজিন আৰু পাঁচ জাঁই সজীৱ গুলী জমা দিয়ে তিনিচুকীয়া আৰক্ষীক । তেজ অসম শদিয়াৰ বছা গাঁৱৰ বাসিন্দা ।

Intro:BIG BREAKING:-

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ভিতৰত চ’ৰাত অব্যাহত আছে ধাৰবাহিক খহনীয়া

বৃস্পতিবাৰে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসম আত্মসমৰ্পণৰ পিছতে পুনৰ বৃস্পতিবাৰে নিশা আন এগৰাকী আলফাৰ দুধৰ্ষ সদস্যই তিনিচুকীয়া আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰে

আত্মসমৰ্পণ কাৰী সদস্য গৰাকী ইন্দ্ৰজিৎ গগৈ ওৰফে তেজ অসম৷

আত্মসমৰ্পণৰ সময়ত কেডাৰ গৰাকীয়ে এটা ৯mm পিষ্টল,এটা মেগাজিন আৰু পাঁচ জাই সক্ৰিয় গুলি জমা দিয়ে তিনিচুকীয়া আৰক্ষীক৷

তেজ অসম ঘৰ শদিয়াৰ বছা গাঁৱত বুলি জানিব পৰা গৈছেBody:Put it exclusive tag plsConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
Last Updated : Jul 19, 2019, 3:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.