ETV Bharat / state

দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিৱানীলৈ সহায়ৰ হাত শদিয়াৰ বিধায়কৰ

author img

By

Published : Feb 5, 2020, 8:04 PM IST

Updated : Feb 5, 2020, 9:48 PM IST

বিগত কিছুদিনৰ পৰা ইটিভি ভাৰতে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল দুৰোৰোগ্য ৰোগত আক্ৰান্ত শিৱানীৰ বাতৰি ৷ শেহতীয়াকৈ শদিয়াৰ বিধায়ক বলীন চেতিয়া আগবাঢ়ি আহে শিৱানীক সহায়ৰ অৰ্থে ৷ বৰ্তমান 10,000 টকা প্ৰদান কৰাৰ লগতে চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷

sadiya mla helping hand to poor girl shivani
শিৱানীলৈ সহায়ৰ হাত শদিয়াৰ বিধায়কৰ

শদিয়া,5 ফেব্ৰুৱাৰীঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ডুমডুমাৰ শিৱানী চেতিয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে শদিয়াৰ বিধায়ক বলীন চেতিয়া ৷ বিগত দুটা বছৰে ৰোগাক্ৰান্ত হৈ থকা শিৱানী চেতিয়াৰ ঘৰত বুধবাৰে উপস্থিত হয় বিধায়ক বলীন চেতিয়া ৷ বিগত কিছুদিনৰ পৰা ইটিভি ভাৰতে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল দুৰোৰোগ্য ৰোগত আক্ৰান্ত শিৱানীৰ বাতৰি ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিৱানীলৈ সহায়ৰ হাত শদিয়াৰ বিধায়কৰ
ইফালে ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থা সভাপতিয়ে বিধায়ক বলীন চেতিয়াক শিৱানীৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিল বলীন চেতিয়া ৷ বৰ্তমান 10,000 টকা প্ৰদান কৰাৰ লগতে চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছোঁ বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে ৷

অধিক তথ্যৰ বাবে পঢ়কঃ অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ডুমডুমাৰ শিৱানী !

Intro:শদিয়া : দুৰাৰোগ্য ৰুগত আক্ৰান্ত হৈ থকা চিবানি চেতিয়া সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় বিধায়ক বলীন চেতিয়া।

বিগত দুটা বছৰে ৰোগাক্ৰান্ত হৈ থকা চিবানী চেতিয়া ঘৰত আজি উপস্থিত হয় বিধায়ক বলীন চেতিয়া।

ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থা সভাপতিযে বিধায়ক বলীন চেতিয়াক চিবানি দুৰৱস্থাৰ বিষয়ে অৱগত কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিল বলীন চেতিয়া।

চিকিৎসা বাবে যাবলৈ 10,000 টকা হাতত দিয়া উপৰিও চিকিৎসা সম্পূৰ্ণ দায়িত্ব লৈছোঁ বুলি প্ৰতিশ্ৰুতি দি যায় বলীন চেতিয়া দেবে ৷ Body:Byte : MLAConclusion:Mintu Talukdar
Sadiya
Last Updated : Feb 5, 2020, 9:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.