ETV Bharat / state

বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

author img

By

Published : Jun 10, 2020, 3:14 PM IST

বাঘজানৰ অগ্নিকুণ্ড পৰিদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অগ্নিকাণ্ডৰ ফলত হোৱা সকলো ব্যয়ৰ ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনায় ৷

Baghjan oil field Visit AJYCP leader tinsukia assam etv bharat news
বাঘজানৰ দৃশ্য

তিনিচুকীয়া, 10 জুন: বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটা সঁজাতী দল উপস্থিত হৈছে তিনিচুকীয়াৰ বাঘজানত ৷ দলটোৱে তৈলক্ষেত্ৰত সংঘটিত হোৱা অগ্নিক্ষেত্ৰ পৰিদৰ্শন কৰে । অইলৰ গাফিলতিৰ বাবে এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অগ্নিকাণ্ডৰ ফলত হোৱা সকলো ব্যয়ৰ ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনায় ৷

বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

লগতে চাওকঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.