ETV Bharat / state

ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ বিধায়ক ৰাজেন বৰঠাকুৰ

author img

By

Published : Nov 7, 2019, 11:09 AM IST

ETV BHARATত এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বিৰুদ্ধে চলোৱা অভিযান সন্দৰ্ভত নৱ নিৰ্বাচিত ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ প্ৰতিক্ৰিয়া ৷

ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ বিধায়ক ৰাজেন বৰঠাকুৰ

তেজপুৰ, 7 নৱেম্বৰ: এবাৰ ব্যৱহৃত প্লাষ্টিক আৰু স্বচ্ছ ভাৰতৰ ওপৰত দেশৰ অগ্ৰণী সংবাদ মাধ্যম ETV BHARAT য়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা নৱ নিৰ্বাচিত ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰে ।

বিধায়কগৰাকীয়ে কয়,

এবাৰ ব্যৱহিত প্লাষ্টিক বৰ্জনৰ বিৰুদ্ধে চলোৱা অভিযান সন্দৰ্ভত ৰাজেন বৰঠাকুৰৰ প্ৰতিক্ৰিয়া

‘‘ইটিভি ভাৰতে গ্ৰহণ কৰা এই পদক্ষেপক উৎকৃষ্ট আৰু সাম্প্ৰদায়িক সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে ’’

তেওঁ লগতে কয় এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবেই আজি ভাৰত স্বচ্ছতাৰ দিশত আগবাঢ়ি আহিছে যিটো দেশৰ বাবে এক শুভ লক্ষণ ।

Intro:তেজপুৰ,৭ নৱেম্বৰ: এবাৰ ব্যবহিত প্লাষ্টিক আৰু স্বচ্ছ ভাৰতৰ ওপৰত দেশৰ অগ্ৰণী সংবাদ মাধ্যম ETV BHARAT য়ে লোৱা পদক্ষেপ ক প্ৰশংসা কৰে তেজপুৰ ডিষ্ট্ৰিক্ট সপোৰ্টছ সভাপতি তথা নৱ নিৰ্বাচিত ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰ ।



Body:ইটিভি ভাৰতে লোৱা এই প্ৰচাৰ কাৰ্য্যক উৎকৃষ্ট আৰু প্ৰয়োজনীয়তা আছে বুলি কয় ।তেওঁ লগতে কয় এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাৰ বাবে আজি ভাৰত স্বচ্ছ তাৰ দিশত আগবাঢ়ি আহিল ই শুভ লক্ষণ ।


Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৭/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.