ETV Bharat / state

আমগুৰিৰ অভয়াপুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও ঘোষণা

author img

By

Published : Nov 2, 2019, 9:25 AM IST

Updated : Nov 2, 2019, 12:02 PM IST

আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে ৷

আমগুৰিৰ অভয়াপুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও ঘোষণা

আমগুৰি,২ নবেম্বৰ: আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও হিচাপে ঘোষণা ৷ ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ অভয়াপুৰীয়া গাঁৱলৈ এই স্বীকৃতি আগবঢ়াইছে শিৱসাগৰ জিলা প্ৰশাসন আৰু হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে ৷ মঙলবাৰে আমগুৰিত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ দ্বাৰা চলি থকা এমহীয়া হস্ত তাঁতৰ এটা প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত এই স্বীকৃতিৰ কথা ৰাজহুৱা ভাৱে ঘোষণা কৰে জিলা উপায়ুক্ত ডঃ এম.এছ. লক্ষ্মী প্ৰিয়াই ৷ সভাত আগন্তুক বহাগ বিহুত অভয়পুৰীয়া গাঁৱৰ পৰা পঞ্চাশ হাজাৰ গামোচা উৎপাদন হোৱাৰ আশা প্ৰকাশ কৰে জিলা উপায়ুক্তই ৷

আমগুৰিৰ অভয়াপুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও ঘোষণা

লগতে চাওকঃ ৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

Intro:Body:আমগুৰি ২ নবেম্বৰ:

আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু হস্ত তাতঁ বস্ত্ৰ শিল্প বিভাগে৷

শিৱসাগৰ জিলা প্ৰশাসন আৰু হস্ত তাত বস্ত্ৰ শিল্প বিভাগে ম'ৰাবজাৰ গাওঁ পঞ্চায়তৰ অভয়পুৰীয়া গাঁৱলৈ আগবঢ়োৱা এই স্বীকৃতিৰ কথা ৰাজহুৱা ভাবে ঘোষণা কৰে জিলা উপায়ুক্ত ড° এম .এছ. লক্ষ্মী প্ৰিয়াই৷

গ্ৰামাঞ্চলৰ মহিলা সকলে বোৱা কটা কৰি আত্ম নিৰ্ভৰশীল হোৱাৰ মানসেৰে গঠন কৰা আমগুৰিৰ অভয়পুৰীয়া শিল্প সমবায় নামৰ অনুষ্ঠানটোত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ দ্বাৰা চলি থকা এমহীয়া (হস্ত তাঁতৰ )এটা প্ৰশিক্ষণৰ সামৰণি
অনুষ্ঠানত আয়োজিত ৰাজহুৱা সভাত জিলা উপায়ুক্তই এই স্বীকৃতিৰ কথা ৰাজহুৱা ভাবে ঘোষণা কৰে।

সভাত জিলা উপায়ুক্তই আগন্তুক বহাগ বিহুত অভয়পুৰীয়াৰ পৰা পঞ্চাশ হাজাৰ গামোচা উৎপাদন হোৱাৰ প্ৰত্যাশা কৰে৷

সমীৰণ দুৱৰা আমগুৰিConclusion:
Last Updated : Nov 2, 2019, 12:02 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.