ETV Bharat / state

Body found in Janji river: আমগুৰিৰ জাঁজী নৈত মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 5, 2022, 9:59 AM IST

Updated : Nov 5, 2022, 10:55 AM IST

শিৱসাগৰ জিলাৰ আমগুৰিৰ জাঁজী নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ (Body found in Janji river in Amguri)। উদ্ধাৰ হোৱা মৃতদেহটো মনোজ বাউৰীৰ বুলি চিনাক্ত কৰা হৈছে । লোকজনৰ ঘৰ যোৰহাটৰ চেলেংহাট গড়চুকত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

Death body recovered in Amaguri
আমগুৰিৰ জাঁজী নৈত মৃতদেহ উ

  • শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰবিলৰ সমীপৰ জাঁজী নৈত উদ্ধাৰ এটা মৃতদেহ (Body found in Janji river in Amguri)
  • মৃত ব্যক্তিজন যোৰহাটৰ চেলেংহাট গড়চুকৰ মনোজ বাউৰীৰ(৪০) বুলি জানিব পৰা গৈছে
  • স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তিজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত
  • অৱশ্য বৰ্তমানেও জানিব পৰা হোৱা নাই ব্যক্তিজনৰ মৃত্যুৰ ৰহস্য
    আমগুৰিৰ জাঁজী নৈত মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক:Anti Drugs Mission in Dhemaji : ড্ৰাগছৰ গ্ৰাসত ধেমাজি; ড্ৰাগছ আসক্ত যুৱকৰ লগতে আটক ব্যৱসায়ী

Last Updated : Nov 5, 2022, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.