ETV Bharat / state

নলবাৰীত অব্যাহত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Apr 1, 2021, 11:33 AM IST

আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান । নলবাৰী সমষ্টিত ৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত বন্দী হ'ব ইভিএমত । ২,০৭,২২৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৷

নলবাৰীত অব্যাহত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
নলবাৰীত অব্যাহত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নলবাৰী,১ এপ্ৰিল: বৃহস্পতিবাৰে ৰাজ্যৰ ১৩ জিলাৰ ৩৯ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয় । পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া । ৰাজ্যৰ ৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত । সমষ্টিটোৰ ২,০৭,২২৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৷

নলবাৰী সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

সমষ্টিটোত ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । মুঠ ২৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটদানৰ প্ৰক্ৰিয়া । বৰ্তমান নলবাৰীত সুকলমে হৈ আছে ভোটগ্ৰহণ ।

লগতে পঢ়ক: পুনৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.