ETV Bharat / state

দেওবাৰে নগাঁৱলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

author img

By

Published : Aug 27, 2022, 10:57 PM IST

Union MinisterKiren Rijiju to visit Nagaon
দেওবাৰে নগাঁৱলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

২৪ ৰ লোকসভা নিৰ্বাচনত নগাঁও পুনৰুদ্ধাৰৰ বাবে প্ৰস্তুতি বিজেপিৰ ৷ সেই নিৰ্বাচনী কুজকাৱাজৰ বাবে নগাঁৱলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Union MinisterKiren Rijiju to visit Nagaon) ৷

  • ২৪ ৰ লোকসভা নিৰ্বাচনত নগাঁও পুনৰোদ্ধাৰৰ বাবে প্ৰস্তুতি বিজেপিৰ ৷
  • কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক দিয়া হৈছে নগাঁও লোকসভাৰ দায়িত্ব ৷
  • দেওবাৰে পুৱা ১০ বজাত নগাঁৱত উপস্থিত হ’ব ৰিজিজু ৷
    Union MinisterKiren Rijiju to visit Nagaon
    দেওবাৰে নগাঁৱলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু
  • সকলো বিধায়ক আৰু দলীয় কৰ্মীক লৈ বৈঠকত মিলিত হ’ব ৰিজিজু ৷
  • নগাঁৱৰ বীনাপাণি নাট্য মন্দিৰত হ’ব বিজেপিৰ দলীয় সভা ।
  • নগাঁৱৰ পৰা বিয়লি ২ বজাত কলিয়াবৰলৈ ৰাওনা হ’ব ৰিজিজু ৷
  • কলিয়াবৰৰ আমনিৰ SIRD ত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
  • নিশা ৮বজাত হোটেল ৰেডিছন ব্লুত উপস্থিত হ'ব কিৰেণ ৰিজিজু ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.