ETV Bharat / state

নথি পত্ৰ জালিয়াতিৰ অভিযোগত আটক দুজন

author img

By

Published : Aug 29, 2022, 7:56 AM IST

Two arrested on charges of forging documents
নথি পত্ৰ জালিয়াতিৰ অভিযোগত আটক দুজন

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে মাটি-বাৰীৰ নথি-পত্ৰৰ জালিয়াতি ৷ কলিয়াবৰ আৰক্ষীৰ অভিযানত মাটি-বাৰীৰ নথি-পত্ৰ জালিয়াতিৰ লগত জড়িত থকাৰ অভিযোগত আটক দুই অভিযুক্তক ৷

  • বৰ্তমানেও ৰাজ্যত অব্যাহত আছে মাটি-বাৰীৰ নথিৰ জালিয়াতি (Forging documents in Kaliabor)
  • এটা বৃহৎ চক্ৰই অব্যাহত ৰাখিছে মাটি-বাৰীৰ নথিৰ জালিয়াতিৰ এই ভয়াৱহ কাৰ্য
  • এনে অসাধু চক্ৰৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ অভিযান
  • আৰক্ষীৰ অভিযানত আটক জালিয়াতি চক্ৰৰ লগত জড়িত দুজন লোক
  • ধৃত লোক দুজন ক্ৰমে আব্দুল মান্নান আৰু ৰফিকুল ইছলাম
  • খাজনাৰ ৰচিদ জালিয়াতিৰ লগত জড়িত থকাৰ কথা স্বীকাৰ দুই অভিযুক্তৰ
  • অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.