ETV Bharat / state

Tiger roaming in Samaguri: চামগুৰিত বাঘৰ সন্ত্ৰাস, আক্ৰমণত আহত দুজন চিকিৎসাধীন

author img

By

Published : Dec 2, 2022, 10:53 AM IST

Man injured in tiger attack in Mikirgaon Samaguri
চামগুৰিত বাঘৰ সন্ত্ৰাস

চামগুৰিত বাঘৰ আতংক ৷ বৰদলৰ মিকিৰগাঁৱত বাঘৰ আক্ৰমণত আহত হৈছে দুজনকৈ লোক ৷ আহত লোকদুজন হৈছে নাৰ্চিং ওৰাং আৰু ডানিয়েল হ'ৰ ৷

  • চামগুৰিত বাঘৰ সন্ত্ৰাস
  • বৰদলৰ মিকিৰগাঁৱত বাঘৰ আক্ৰমণত আহত হৈছে দুজনকৈ লোক
  • আহত লোক দুজন হৈছে নাৰ্চিং ওৰাং আৰু ডানিয়েল হ'ৰ
  • বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত পথাৰলৈ গৈছিল নাৰ্চিং ওৰাং নামৰ লোকজন
  • ইয়াৰ পাছত পথাৰতেই নাৰ্চিং ওৰাঙক আক্ৰমণ কৰে বাঘটোৱে
  • ইফালে বাঘ উলোৱা চাবলৈ গৈ আহত হয় ডানিয়েল হ'ৰ নামৰ আন এজন লোক
  • ঘটনাৰ পিছতে দুয়োজনকে ততাতৌয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়
  • পোৱালিৰ সৈতে বিচ্ছিন্ন এজনী মাইকী বাঘ দীৰ্ঘদিন ধৰি বিচৰণ কৰি আছিল বৰদল অঞ্চলত
  • বাঘৰ আক্ৰমণৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.