ETV Bharat / state

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Feb 27, 2021, 5:41 PM IST

Foundation Day Of 2nd Assam Forest Security Force at Kaliab
দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শনিবাৰে কলিয়াবৰৰ চিকনীস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷ 2009 চনত প্ৰতিষ্ঠা হোৱা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্য বন সম্পালক অনুৰাগ সিঙে ৷

কলিয়াবৰ,27ফেব্ৰুৱাৰী : শনিবাৰে কলিয়াবৰৰ চিকনীস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷ 2009 চনত প্ৰতিষ্ঠা হোৱা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্য বন সম্পালক অনুৰাগ সিঙে ৷

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি অনুৰাগ সিঙে ৷ আনহাতে, এই অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱকুমাৰ আৰু দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়া ৷ তদুপৰি দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ বেণ্ডে এক সুৰীয়া অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

লগতে পঢ়কঃ সমদলত বাধা দিয়াৰ বাবে প্ৰশাসনিক বিষয়াৰে বাকযুদ্ধ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.