ETV Bharat / state

Drugs peddler arrested in Kampur: কামপুৰত হেৰ’ইনসহ আটক দুজন

author img

By

Published : Nov 22, 2022, 2:19 PM IST

কামপুৰত হেৰ’ইনসহ আটক দুজন (Drugs seized in Kampur Brahmapur) ৷ সোমবাৰে নিশা কামপুৰ আৰক্ষীয়ে কপিলী দলঙৰ সমীপত চলাইছিল অভিযান ৷

Drugs peddler arrested with drugs in Kampur Brahmapur
কামপুৰত হেৰ’ইনসহ আটক দুজন

  • কামপুৰত হেৰ’ইনসহ আটক দুজন (Drugs seized in Kampur Brahmapur)
  • সোমবাৰে নিশা কামপুৰ আৰক্ষীয়ে কপিলী দলঙৰ সমীপত চলাইছিল অভিযান
  • অভিযানকালত হেৰ’ইনসহ দুজনক আটক কৰে আৰক্ষীয়ে
  • পাঁচটা চাবোনৰ বাকচত আছিল ড্ৰাগছখিনি
  • সৰবৰাহকাৰী দুটা কচুৱাৰ আব্দুল জলিল আৰু জামিনুল হক বুলি জানিব পৰা গৈছে
  • জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
  • বৰ্তমান কামপুৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে দুই সৰবৰাহকাৰীক
    কামপুৰত হেৰ’ইনসহ আটক দুজন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.