ETV Bharat / state

কলিয়াবৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

author img

By

Published : Nov 3, 2021, 10:47 PM IST

Drugs Peddler arrested at Kaliabor
কলিয়াবৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

নগাঁও জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অবিৰতভাৱে অব্যাহত ৰাখিছে অভিযান । কলিয়াবৰত বুধবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

কলিয়াবৰ, 3 নৱেম্বৰ : কলিয়াবৰ আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অব্যাহত ৰাখিছে অভিযান ৷ কলিয়াবৰ আৰক্ষীয়ে সোমবাৰে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কলিয়াবৰৰ হাৰমতিৰ জালালুদ্দিন বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে ০.৪৭ গ্ৰাম হেৰ'ইন জব্দ কৰে ।

Drugs Peddler arrested at Kaliabor
কলিয়াবৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

কলিয়াবৰৰ বাগৰিত বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাভ কৰে এই সাফল্য ৷ কাজিৰঙা বন বিভাগৰ সহযোগত আৰক্ষীয়ে আটক কৰে জালালুদ্দিনক । আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা এ এছ ০১ কিউ ৭০৫২ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ।

কলিয়াবৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

লগতে পঢ়ক : আত্মসমৰ্পনকাৰী চোৰাং চিকাৰীয়ে ক’লে এটা গঁড় মাৰিলে ভাগত পাই 2 লাখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.