ETV Bharat / state

ভিনীয়েকৰ যৌন উৎপীড়নৰ বলি ১২ বছৰীয়া কিশোৰী

author img

By

Published : Aug 27, 2022, 11:51 AM IST

নগাঁৱত জঘন্য ঘটনা । চতুৰ্থ শ্ৰেণীত অধ্যায়নৰত খুড়শালীক যৌন নিৰ্যাতন ভিনীয়েকৰ (Sexual assault and blackmailing)। ভিনীয়েকৰ ঘৰতে থকা কিশোৰীগৰাকীক প্ৰায় প্ৰতি নিশাই যৌন নিৰ্যাতন চলায় লম্পট ভিনীয়েকে । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অৱগত হোৱাৰ পিছত আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । আৰক্ষীৰ জালত লম্পট ভিনীয়েক ।

BROTHER IN LAW ARRESTED FOR SEXUAL ASSAULT OF MINOR GIRL NAGAON
ভিনীয়েকৰ যৌন উৎপীড়নৰ বলি ১২ বছৰীয়া কিশোৰী

নগাঁও, 27 আগষ্ট: নগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । লম্পট ভিনীয়েকৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ১২ বছৰীয়া কিশোৰী (Sexual assault and blackmailing)। নগাঁৱৰ চকীটোপৰ ভিনীয়েকৰ ঘৰত থকা চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত খুড়শালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ভিনীয়েকৰ যৌন উৎপীড়নৰ বলি ১২ বছৰীয়া কিশোৰী

কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অৱগত হোৱাৰ পিছতেই আৰক্ষী আৰু চাইল্ড লাইনক অৱগত কৰে (Sexual Assault case)। লগে লগে আৰক্ষীয়ে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আটক কৰে লম্পট ভিনীয়েকক ।

এই সমগ্ৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ (Brother in law arrested for Sexual assault of minor)। সম্প্ৰতি কিশোৰীগৰাকীক চমজায় দিয়া হৈছে চাইল্ড লাইনক ৷

লগতে পঢ়ক: নাবালিকাক যৌন নিৰ্যাতন চলোৱাক লৈ উত্তপ্ত বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.