ETV Bharat / state

১২ বছৰীয়া খুড়শালীক যৌন নিৰ্যাতন লম্পট ভিনীয়েকৰ

author img

By

Published : Aug 27, 2022, 9:31 AM IST

নগাঁৱত জঘন্য ঘটনা । কিশোৰীক যৌন নিৰ্যাতন আৰু ব্লেকমেইলিং (Sexual assault case)। আৰক্ষীয়ে আটক কৰিলে লম্পটকটোক। দীৰ্ঘদিনে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ লম্পটোৰ বিৰুদ্ধে । ধৃত লম্পটটো কিশোৰীগৰাকীৰ ভিনিহিয়েক বুলি জানিব পৰা গৈছে ।

brother in law arrested for Sexual assault of minor girl nagaon
১২ বছৰীয়া খুড়শালীক যৌন নিৰ্যাতন লম্পট ভিনীয়েকৰ

  • নগাঁৱত জঘন্য কাণ্ড
  • কিশোৰীক যৌন নিৰ্যাতন আৰু ব্লেকমেইলিং (Sexual assault and blackmailing)
  • আৰক্ষীয়ে আটক কৰিলে লম্পটটোক
  • দীৰ্ঘদিনে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ
  • বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে এই বিষয়ে গম পাই আৰক্ষীক অৱগত কৰে
  • আৰক্ষীয়ে Childline ৰ সহযোগত উদ্ধাৰ কৰে কিশোৰীগৰাকীক
  • লম্পটো আচলতে কিশোৰীগৰাকীৰ ভিনিহিয়েক (Brother in law arrested for Sexual assault of minor)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.