ETV Bharat / state

সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ

author img

By

Published : Oct 2, 2020, 2:07 PM IST

শুকুৰবাৰে পুৱাই দিল্লীৰ পৰা আহি নগাঁৱত উপস্থিত হয়হি এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ বদৰ উদ্দিন আজমল ৷ ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল সমুহক শুভেচ্ছা জ্ঞাপন কৰে বদৰ উদ্দিন আজমলে ৷

AIUDF appeal to all the political party to be United against BJP
সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ

নগাঁও, 2 অক্টোবৰ: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফ দলৰ ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ জড়িয়তে এইদৰে আহ্বান জনাই দলটোৰ সাধাৰণ সম্পাদক ( প্ৰশাসনিক) তথা বিধায়ক হাফিছ বচিৰ আহমেদ কাচিমিয়ে ৷

সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ

উল্লেখ্য যে, শুকুৰবাৰে পুৱাই দিল্লীৰ পৰা আহি নগাঁৱত উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ বদৰ উদ্দিন আজমল ৷ ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল সমুহক শুভেচ্ছা জ্ঞাপন কৰে বদৰ উদ্দিন আজমলে ৷ লগতে শেহতীয়াকৈ সংঘটিত হোৱা আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী কৰে আজমলে ৷

লগতে পঢ়কঃ বিটিচি পৰিষদীয় নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.