ETV Bharat / state

কেব গৃহীত হোৱাৰ পাচতহে পদক্ষেপ গ্ৰহণ কৰিব অসম গণ পৰিষদে !

author img

By

Published : Dec 4, 2019, 6:33 PM IST

কেবকলৈ অগপৰ জ্যেষ্ঠ নেতা ডা0 কমলা কলিতাৰ কৌশলী মন্তব্য ৷

Dr Kamal Kalita
অগপৰ জ্যেষ্ঠ নেতা ডা0 কমলা কলিতা

মৰিগাঁও, 4 ডিচেম্বৰঃ 'এতিয়া কেবকলৈ বিশেষ চিন্তিত নহয় ৷ অসমীয়াৰ ক্ষতি হ'লেহে দলৰ মজিয়াত চৰ্চা হ'ব' ৷ বুধবাৰে মৰিগাঁও বিধানসভা সমষ্টিৰ মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰি অগপৰ জ্যেষ্ঠ নেতা ডা0 কমলা কলিতাই কেবকলৈ এই কৌশলী মন্তব্য কৰে ৷

কেবকলৈ অগপৰ জ্যেষ্ঠ নেতা ডা0 কমলা কলিতাৰ কৌশলী মন্তব্য

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, কেবৰ দ্বাৰা অসম আৰু অসমীয়াৰ যদি ক্ষতি হয় তেতিয়া তেওঁলোকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ৷ কিয়নো ইতিমধ্যে কেন্দ্ৰীয় সদনত কেব বহুবাৰ গৃহীত হৈছে ৷ তদপুৰি অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কয় যে বুধবাৰে সংসদত কেব গৃহীত হোৱাৰ পাচতহে তেওঁলোকে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক - আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয় লাভ অসমৰ ৯ গৰাকীকৈ সন্তান

Intro:মৰিগাঁৱত অগপৰ জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাৰ কেবলৈ কৌশলী মন্তব্য ।এতিয়াই কেবৰ সম্পৰ্কে বিশেষ কৰিবলগীয়া নাই।অসমীয়া ক্ষতিহলেহে দলৰমজিয়াত চৰ্চ্চা কৰিব।Body:মৰিগাঁৱত অগপ জ্যেষ্ঠ নেতা ডা: কমলা কলিতাৰ কেবলৈ কৌশলী মন্তব্য । এতিয়াই "কেব"ক লৈ বিশেষ চিন্তিত নহয় ।কাৰণ সংসদত বুধবাৰে গৃহীত হোৱাৰ পিছতহে দলৰ মজিয়াত পৰ্যালোচনা তথা চৰ্চা কৰিব।
উল্লেখযোগ্য যে বুধবাৰে মৰিগাঁও বিধান পৰিষদৰ মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বৈঠকত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাকাৰত কয় যে যদিহে "কেব"ৰ দ্বাৰা অসম আৰু অসমীয়াৰ ক্ষতি হয় তেতিয়া লব পৰৱৰ্তীত পদক্ষেপ । কাৰণ ইতিমধ্যে "কেব "বহুবাৰ গৃহীত হৈছে ।গতিকে আমি বুধবাবে সংসদত গৃহীত হোৱাৰ পাছতহে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।bytes:kamala kalitaConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.