ETV Bharat / state

মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

author img

By

Published : Jan 9, 2021, 8:24 AM IST

মৰিগাঁৱত শুকুৰবাৰে শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন ৷ এই কাৰ্যসূচীত 50 খনকৈ পতাকা উত্তোলন কৰা হয় ৷

morigaon sahitya sabha
মৰিগাঁও শাখা সাহিত্য সভা

মৰিগাঁও,9 জানুৱাৰী : শুকুৰবাৰে মৰিগাঁৱত উদযাপন কৰা হয় শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ ৷ গুৰুচৰণ মেধি ভৱনৰ প্ৰংগণত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি 50 খনকৈ পতাকা উত্তোলন কৰা হয় ৷

morigaon sahitya sabha
মৰিগাঁও শাখা সাহিত্য সভা

পুৱাৰ ভাগত সভাপতিসহ আন 49 গৰাকী ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় পতাকা ৷ পৰৱৰ্তী কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আদিৰ লগতে বীৰেণ নাথ সোঁৱৰণি মঞ্চত ন-পুৰণি সতীৰ্থ সন্মিলন আৰু গ্ৰন্থ উন্মোচন আদি কাৰ্যসূচীও ৰূপায়ন কৰা হয় ৷

লগতে পঢ়ক : গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটিলে নগদ ধনসহ আ-অলংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.