ETV Bharat / state

Road accident in majuli: মাজুলীত পথ দুৰ্ঘটনাত আহত দুজন বাইক আৰোহী

author img

By

Published : Nov 24, 2022, 10:08 AM IST

সত্ৰ নগৰী মাজুলীত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী ৷ আহত আৰোহীদুজন হৈছে মাজুলীৰ জালুকবাৰীৰ কৌশিক বৰা আৰু ম’হকিনাৰ গাৱঁৰ যদু শইকীয়া ৷

Road accident in majuli
মাজুলী পথ দুৰ্ঘটনাত আহত দুজন বাইক আৰোহী

  • সত্ৰ নগৰী মাজুলীত পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত গুৰুত্বভাৱে আহত দুজন বাইক আৰোহী
  • আহত হৈছে মাজুলীৰ জালুকবাৰীৰ কৌশিক বৰা আৰু ম’হকিনাৰ গাৱঁৰ যদু শইকীয়া
  • জেংৰাইমূখ থানাৰ অন্তৰ্গত মাজৰ দেউৰীত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো
  • ঢকুৱাখানাৰ পৰা মাজুলীলৈ আহি আছিল দুয়ো
  • আহি থকাৰ সময়তে দেউৰী গাৱঁত লাইটৰ খুটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
  • পিছত স্থানীয় লোকে ততাতৈয়াকৈ দুয়োকে গড়মুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে
  • পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুয়োকে যোৰহাটলৈ প্ৰেৰণ কৰিলে
    মাজুলী পথ দুৰ্ঘটনাত আহত দুজন বাইক আৰোহী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.