ETV Bharat / state

Passenger ferry stuck: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী

author img

By

Published : Nov 26, 2022, 4:24 PM IST

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন ৷ নিমাতীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এম ভি ডিগাৰু নামৰ ফেৰীখন বালিচৰত লাগি আৱদ্ধ হৈ পৰে (Passenger ferry stuck in Brahmaputra)৷

Passenger ferry stuck in Brahmaputra in Majuli
Passenger ferry stuck: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী

  • ব্ৰহ্মপুত্ৰত পুনৰ অঘটন
  • যাত্ৰীবাহী ফেৰী বালিচৰত আৱদ্ধ
  • নিমাতীৰ পৰা কমলাবাৰী অভিমুখী এম ভি ডিগাৰু নামৰ ফেৰীখন
  • ফেৰীখনত শতাধিক যাত্ৰীসহ কেইবাখনো বাহন আৱদ্ধ
  • আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে
  • ব্ৰহ্মপুত্ৰ জলস্তৰ হ্ৰাস পোৱা ফলতেই বালিচৰত লাগি ধৰে ফেৰীখন (Passenger ferry stuck in Brahmaputra)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.